জোনাইত পাঁচ বছৰীয়া কন্যা শিশুক ধর্ষণ

ধৰ্ষণত অভিযুক্ত গৰ্গৰাম পাৱ পলাতক

‘আমাৰ অসম’ৰ জোনাইৰ প্ৰতিবেদক, ২৬ ডিচেম্বৰ : জোনাইৰ গালী মেচাকি গাঁৱত সংঘটিত হয় এক জঘন্য ধর্ষণ কাণ্ড।

একেখন গাঁৱৰে নিৱাসী গৰ্গৰাম পাৱ নামৰ ৪০ বছৰীয়া এজন যুৱকে এটি পাঁচ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

জানিব পৰা মতে লম্পট গৰ্গৰাম পারে শিশুটিক বিস্কুট খুওৱাৰ উদ্দেশ্যে যোৱা বুধবাৰ আৰু বৃহস্পতিবাৰে দুদিন ধৰি |

চোতালত থকা জলজীৱন মিছন আঁচনিৰ এটি কোঠালিলৈ মাতি নি ধৰ্ষণ কৰাৰ অভিযোগ তুলিছে পৰিয়ালে।

ঘটনা সন্দৰ্ভত শিশুটিয়ে সকলো কথা পৰিয়ালক অৱগত কৰাৰ পিছতে লম্পট গৰ্গৰাম পারে গাঁৱৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে শিশুটিক লগত লৈ লম্পট গৰ্গৰাম পাৱৰ বিৰুদ্ধে উচিত শাস্তি বিচাৰি জোনাই থানাত এজাহাৰ দাখিল পলাতক ধৰ্ষণকাৰী কৰিছে।

আৰক্ষীয়ে গৰ্গৰাম পাৱ এজাহাৰৰ ভিত্তিত US 376AB IPC, R/W Sec 6 of Pocso Actৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।