অসম চৰকাৰৰ দ্বাৰা গুৱাহাটীৰ বাবে ২০০খন শীত-তাপ নিয়ন্ত্রিত বৈদ্যুতিক বাহনৰ শুভাৰম্ভ

জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ পৰা আঁতৰি অসমৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত অভিনৱ সংযোজন

“২০১৪ চনৰ পৰা সেউজ শক্তি সন্দৰ্ভত ভাৰতৰ প্ৰচেষ্টা আৰু প্ৰতিশ্ৰুতিবদ্ধতা সম্পর্কে সমগ্ৰ বিশ্ব অৱগত । চলিত দশকৰ শেষলৈ আমি আমাৰ ৫০% ইন্ধন অ-জীৱাশ্ম উৎসৰ পৰা আহৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছোঁ।” – প্রধানমন্ত্রী শ্ৰীনৰেন্দ্ৰ মোদী

১ জানুৱাৰী ২০২৩

গুৱাহাটীৰ বাবে ১০০ খন চি এন জি বাছ

১ জানুৱাৰী ২০২৪

গুৱাহাটীৰ বাবে ২০০ খন বৈদ্যুতিক বাছ

১ জানুৱাৰী ২০২৫

দুবছৰত গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা সম্পূৰ্ণৰূপে জীৱাশ্ম ইছনৰ পৰা মুক্ত কৰা

১ জানুৱাৰী ২০২৬

  • এখন সেউজ গুৱাহাটীৰ বাবে ২০০খন শীত-তাপ নিয়ন্ত্রিত বৈদ্যুতিক বাছৰ ব্যৱস্থা
  • সুচল যাতায়তৰ বাবে অত্যাধুনিক চার্জিঙৰ সেৱাসমূহৰ বাবে নিৰৱচ্ছিন্ন প্রচেষ্টা
  • ১০০খন চি এন জি বাছৰ পাছত, বৈদ্যুতিক বাছৰ প্ৰৱৰ্তনৰ দ্বাৰা সেউজ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ প্ৰতি অসম চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতিফলন
  • আগন্তুক ২ বছৰৰ ভিতৰত গুৱাহাটীৰ ৰাজহুৱা পৰিবহণক সম্পূৰ্ণৰূপে সেউজ পৰিবহণ ব্যৱস্থালৈ ৰূপান্তৰৰ প্ৰচেষ্টা

ভাৰত চৰকাৰৰ ‘এখন ৰাষ্ট্ৰ এখন কার্ড’ লক্ষ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ অফলাইন আৰু অনলাইন – উভয়ৰ ক্ষেত্ৰত সহজে ধন আদায়ৰ বাবে নেচনেল কমন ম’বিলিটি কার্ডো (এন চি এম চি) এ এছ টি চিৰ দ্বাৰা প্ৰৱৰ্তন কৰা হ’ব।

এক গৌৰৱময় ভৱিষ্যতৰ বাবে আহক আমি সকলো একেলাপ অগ্ৰসৰ হওঁ। ভৱিষ্যতৰ শক্তিঃ গুৱাহাটী ৰাজহুৱা পৰিবহণ ব্যৱস্থা ১০০% সেউজ পতি

মুখ্য অতিথি ড° হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী, অসম

১ জানুৱাৰী ২০২৪
পুৱা ১০ বজা
অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদ,
ৰূপনগৰ, গুৱাহাটী

More Article

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।