ইজৰাইলত খাদ্য সংকটৰ আশংকা

লোহিত সাগৰত জাহাজত লুটপাত হুদী সন্ত্ৰাসবাদীৰ

গাজা উপত্যকাত অব্যাহত থকা যুদ্ধ পৰিস্থিতিৰ ফলত লোহিত সাগৰত ইজৰাইল অভিমুখী আৰু ইজৰাইলৰ পৰা যাত্ৰা কৰা জাহাজসমূহত য়েমেনৰ হুথি বিদ্রোহী সকলে লুটপাত চলোৱা আৰম্ভ কৰিছে। ফলত এতিয়া বিপদত পৰিছে ইজৰাইল।

হুথি সন্ত্ৰাসবাদীৰ লুটপাত বাবে আনকি দেশখনত খাদ্য সংকট হোৱাৰ আশংকাই গা কৰি উঠিছে। যাৰ বাবে দেশখনত খাদ্য উৎপাদনৰ ক্ষেত্ৰত অধিক সজাগ হ’বলৈ নিৰ্দেশ দিছে ইজৰাইলৰ খাদ্য মন্ত্রালয়ে।

ইপিনে গাজাত চলি থকা যুদ্ধৰ বাবে বাণিজ্যিক জাহাজসমূহৰ চলাচল ব্যাহত হোৱাত খাদ্য সামগ্ৰীৰ আমদানি-রপ্তানীও বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

হঠাৎ যুদ্ধৰ প্ৰস্তুতি উত্তৰ কোৰিয়াৰ

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।