অসম চৰকাৰ
পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসম আৰু অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত
৫, ৬ আৰু ৭ জানুৱাৰী ২০২৪
খানাপাৰা ফার্মগেট খেলপথাৰ (হোটেল ভিভাণ্টাৰ সমীপত), গুৱাহাটী-২২
শ্ৰীযুত অতুল বৰা
কৃষি তথা পশুপালন মন্ত্রী, অসম
মেলাৰ বৈশিষ্ট্য
- প্ৰদৰ্শিত হ’ব পশুপালন আৰু দুগ্ধ খণ্ডৰ শেহতীয়া প্ৰযুক্তি পশুধন আৰু বাণিজ্যিক পক্ষীৰ বিভিন্ন প্রজাতি প্ৰতিদিনে পশুপালকলৈ পশুপালন সম্পৰ্কীয় বিনামূলীয়া প্ৰশিক্ষণ
- বিত্তীয় প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়াৰ সৈতে পশুপালকৰ মত বিনিময় আদিকে ধৰি বিভিন্ন কাৰ্যসূচী
- ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকলৈ এক লাখ টকাৰ পুৰস্কাৰ
- পুৰস্কৃত কৰা হ’ব ৰাজ্যৰ শ্ৰেষ্ঠ গো/ম’হ পালক, ছাগলী পালক, গাহৰি পালক আৰু বাণিজ্যিক পক্ষী পালকক। লগতে পুৰস্কাৰ প্ৰদান কৰা হ’ব অসমৰ প্ৰতিখন জিলাৰ শ্ৰেষ্ঠ গো/ম’হ পালক, ছাগলী পালক, গাহৰি পালক আৰু বাণিজ্যিক পক্ষী পালকক
- ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন প্রতিযোগিতা
- কণীযুঁজ আৰু কণী খোৱা প্ৰতিযোগিতা
- ইয়াৰ উপৰিও কুকুৰ-মেকুৰীৰ প্ৰদৰ্শনী (Dog & Cat Show) আৰু প্ৰতি সন্ধিয়া আকর্ষণীয় সাংস্কৃতিক অনুষ্ঠান