নাৰী আদালত আৰু পালনা ২০২৪

অসম চৰকাৰ

প্রগতিশীল, বৈষম্যহীন, হিংসামুক্ত সমাজ নিৰ্মাণৰ দিশত এক নতুন পদক্ষেপ

ৰাজ্যিক পৰ্যায়ত শুভ উদ্বোধন “শক্তিশালী মহিলা শক্তিশালী ৰাষ্ট্ৰ”

মুখ্য অতিথি

শ্রীমতী অজন্তা নেওগ
মন্ত্ৰী, মহিলা আৰু শিশু বিকাশ বিভাগ, অসম চৰকাৰ

গৌৰৱময় উপস্থিতি

শ্রীমতী কুইন ওজা মাননীয়া সাংসদ গুৱাহাটী

শ্ৰীমতী সুমন হৰিপ্ৰিয়া
মাননীয়া বিধায়িকা, হাজো
সভানেত্ৰী, মহিলা আৰু শিশু কল্যাণ সমিতি,
অসম বিধানসভা

সন্মানীয় অতিথি

শ্রীইন্দিৱৰ পাণ্ডে
সচিব, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, ভাৰত চৰকাৰ

স্থানঃ শ্ৰী শ্ৰী শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহ, পাঞ্জাবাৰী, গুৱাহাটী
তাৰিখঃ ৩ জানুৱাৰী, ২০২৪ সময়ঃ দিনৰ ১১ বজাত

সকলোৰে উপস্থিতি সাদৰেৰে কামনা কৰা হ’ল।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।