গুৱাহাটীৰ দীৰ্ঘতম উৰণ সেতুৰ প্ৰাৰম্ভ 2024 New Bridge Project

দীঘলীপুখুৰীৰ পৰা নুনমাটি এফ-চি-আইলৈ ৪-লেনযুক্ত উৰণ সেতুৰ শিলান্যাস মুখ্য অতিথি ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, অসম PWD অসম চৰকাৰ লোকনির্মাণ (পথ) বিভাগ | যান-ডাঁটৰ সমস্যা আঁতৰাই সুচল যাত্ৰাৰ দিশে আৰু এখোজ

গৌৰৱময় উপস্থিতি

  1. শ্ৰীযুত অশোক সিংহল : মন্ত্ৰী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগ
  2. শ্ৰীযুতা কুইন ওজা : সাংসদ গুৱাহাটী লোকসভা সমষ্টি
  3. শ্ৰীযুত সিদ্ধার্থ ভট্টাচাৰ্য্য : বিধায়ক পূব গুৱাহাটী বিধানসভা সমষ্টি
  4. শ্ৰীযুত ৰমেন্দ্ৰ নাৰয়ণ কলিতা : বিধায়ক পশ্চিম গুৱাহাটী বিধানসভা সমষ্টি
  5. শ্ৰীযুত অতুল বৰা : বিধায়ক দিশপুৰ বিধানসভা সমষ্টি

উৰণ সেতুৰ দৈৰ্ঘ্য 5053.20 মিটাৰ

  1. জিএনবি ৰোডত 4423.20 মিটাৰ
  2. পশ্চিম দীঘলীপুখুৰী ৰোডত 250 মিটাৰ
  3. ৰাজগড়ৰ ফালে বাহু 380 মিটাৰ

উৰণ সেতুৰ প্রস্থ

  1. জিএনবি ৰোডত 4 লেন (2 x 7.50 মি)
  2. পশ্চিম দীঘলীপুখুৰী ৰোডত 2 লেন (7.00 মি)
  3. ৰাজগড়ৰ ফালে বাহু 2 লেন (7.00 মি)
  • প্ৰকল্পটোৰ মুঠ বাজেট 852.68 কোটি
  • ন্যূনতম উচ্চতা 5.70 মিটাৰ

Other Article

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।