শ্বহীদ দিৱস উদযাপন অসম আন্দোলনৰ শ্বহীদসকলৰ পৱিত্ৰ স্মৃতিত

অসম আন্দোলনৰ শ্বহীদসকলৰ পৱিত্ৰ স্মৃতিত

শহীদ প্ৰণামো তোমাক মুখ্য অতিথি ড° হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী, অসম বিশিষ্ট অতিথি শ্রীঅতুল বৰামন্ত্ৰী, অসম চুক্তি ৰূপায়ণ বিভাগ শহীদ প্ৰণামো তোমাক

মহুৱা বৰ্খাস্ত, আহি আছে চিবিআয়ো

মহুৱা বৰ্খাস্ত, আহি আছে চিবিআয়ো

তৃণমূল কংগ্ৰেছৰ অগ্নিবর্ষী সাংসদ মহুৱা মৈত্ৰক ‘কেছ ফৰ কুৱেৰী’ অর্থাৎ অর্থব বিনিময়ত সংসদত প্রশ্ন উত্থাপন কৰাৰ অভিযোগত লোকসভাৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হৈছে। লোকসভাত গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছতেই সদনৰ বাহিৰলৈ ওলাই আহি উগ্ৰমূৰ্তি ধাৰণ কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্রই। তেওঁ কয় – মোক সম্পূর্ণ বিধি উলংঘা কৰি বৰ্খাস্ত কৰা হৈছে। বস্ত্ৰহৰণৰ পৰ্ব … Read more

৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অংক মিলা নাই, মুখৰক্ষাৰ বাবে সর্বানন্দসহ সমিতি গঠন

তিনি ৰাজ্য ক্ৰমে ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত বিজেপি দলে একক সংখ্যা গৰিষ্ঠতা লাভৰ পাছতো আজিপর্যন্ত ঘোষণা কৰিব পৰা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম। এই তিনি ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ আজি পাঁচ দিনে হ’ল যদিও বিজেপি হাইকমাণ্ড এই তিনিখন ৰাজ্যৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীক লৈ চৰম অনিশ্চয়তাৰ সন্মুখীন হৈছে। নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, … Read more

অমিতা খালেও পাব অনেক উপকাৰ

অমিতা খালেও পাব অনেক উপকাৰ

অমিতাত আছে বহু ঔষধি উপাদান। নিয়ামীয়াকৈ পকা অমিতা খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

হজমশক্তি বৃদ্ধি :

অমিতাত থকা ঔষধি গুণে হজম শক্তি বৃদ্ধি কৰে। কৌষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি হ’লে পকা অমিতা পুৱাতেই খালে এনে সমস্যা সহজেই দূৰ হয়।

হৃদযন্ত্ৰৰ বাবে উপকাৰী :

অমিতাত প্ৰচুৰ পৰিমাণে বিটা- কেটিন, লাইকোপেন, ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন- ই পোৱা যায়। যাৰ বাবে অমিতা খালে ডায়েবেটিক, হৃদযন্ত্ৰৰ অসুখত সুফল পাব। টাইপ ১ আৰু টাইপ-২ দুয়োধৰণৰ ডায়েবেটিজতে অমিতা উপকাৰী। ক’লেষ্টৰল নিয়ন্ত্রণ অমিতাত থকা উপাদানে ক’লেষ্টৰল নিয়ন্ত্ৰণ কৰে।

ৰক্তচাপ :

অমিতা নিয়মীয়া কৈ খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

দৃষ্টিশক্তি :

অমিতাত থকা এন্টিঅক্সিডেন্ট ভিটামিনে দৃষ্টিশক্তি সুৰক্ষিত কৰে।

ওজন নিয়ন্ত্রণ :

পকা অমিতা খালে ওজন নিয়ন্ত্রণত থাকে।

সংক্রমণ রোধ :

বিভিন্নধৰণৰ সংক্ৰমণ ৰোধত অমিতা উপকাৰী। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি অমিতাই শৰীৰত হ’ব পৰা বিভিন্ন সংক্রমণক বাধা দিয়ে। কৰ্কট ৰোগ প্ৰতিৰোধক হিচাপেও অমিতাই কাম কৰে।

চুলিৰ বাবে উপকাৰী :

পকা অমিতা খালে চুলিৰ বাবেও যথেষ্ট ভাল। চুলি সৰা দৰে সমস্যাৰ ক্ষেত্ৰত ই অতি উত্তম। তদুপৰি চুলিৰ সৌন্দর্য বৃদ্ধিত ই সহায় কৰে।

দাঁতৰ বিষত উপশম :

অমিতা খালে দাঁতৰ বিষত সুফল পাব পাৰি।

ডেংগুৰ চিকিৎসা :

অমিতা পাতৰ ৰস খালে ডেংগুত সুফল পাব পাৰি।

কুমিৰোগ :

অমিতা হ’ল এক মহৌষধ। কেঁচা অথবা পুকা অমিতা খালে পেলু-কৃমি আদিত সুফল পাব। কেতিয়াবা কিছু ক্ষেত্ৰত অমিতা খোৱাৰ ক্ষেত্ৰত সতর্ক হ’ব লাগে। বিশেষকৈ গৰ্ভাৱস্থাত অমিতা খালে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই ক্ষেত্ৰত চিকিৎসকৰ কাষ চাপিব লাগে।

গ্ৰন্থমেলাৰ আৱশ্যকতা নতুন লিখনি

গ্ৰন্থমেলাৰ আৱশ্যকতা

গ্ৰন্থমেলাত কিতাপৰ বিনিময়, পাঠকে একে ঠাইতে বিচৰা কিতাপ পোৱাৰ সুবিধা লাভ কৰে, পৃথিৱীৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ গ্ৰন্থমেলা অনুষ্ঠিত হৈ থাকে। বছৰে বছৰে এনেবোৰ মেলা বহে। সেইবোৰত কোটি কোটি টকাৰ গ্ৰন্থ বিক্ৰী হয়। লখিমী শৰ্মা গ্ৰন্থ হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ। কিতাপৰ সমান পৰম বন্ধু নাই বোলা হয়। সভ্যতাৰ বিকাশত যুগে যুগে গ্রন্থই গ্রহণ কৰে … Read more

অন্ন সেৱা দিন এতিয়া প্ৰতিমাহে ১ ৰ পৰা ১০ তাৰিখলৈ ডিচেম্বৰত আৰম্ভণি

অন্ন সেৱা দিন অসম চৰকাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ খাদ্য সুৰক্ষা সুনিশ্চিতকৰণেৱে চৰকাৰৰ অভিনব জনমুখী প্ৰয়াস এই বিশেষ দিনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ৰ অধীনত “প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা” ৰ হিতাধিকাৰীসকললৈ ৩৫ কিঃগ্রাঃ চাউল অন্ত্যোদয়া অন্ন যোজনা(AAY)ৰ প্ৰতিমাহে, প্ৰতি পৰিয়াললৈ আৰু ৫ কিঃগ্রাঃ চাউল অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল(PHH)ৰ প্রতিমাহে, প্ৰতিগৰাকী হিতাধিকাৰীলৈ প্ৰদান কৰা … Read more

মোৰ ঠিকনা/ কবিতা অসমীয়া

কবিতামোৰ ঠিকনাসঞ্জীৰ শইকীয়া সোধে যদি মোক মোৰ সুখৰ ঠিকনা,আইৰ কোলাত মই মূৰটো থ’ম ।সোধে যদি মোক,বিষেৰে কেনেকৈ জোখে সুখকমই মনত পেলাম,মোৰ জন্মদিন আৰুআইৰ মুখৰ হাঁহিটি ।কেতিয়াবা আহিব মোৰ পঁজালৈ,মৰমৰ কথাৰে এপিয়লা চাহ খাম ।কথা যদি ভাল পাই,মোৰ আইএগৰাকী ভাল বক্তা ।আখৰ নিচিনিলেওকৈ যাব জীৱন কাব্যৰ মহামন্ত্র ।কেতিয়াবা যদি কয় মোকবেলিটোৰ কথামোৰ পিতাই মোৰ ছাঁ হ’ব।গলিব … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।