তামিলনাড়ত ২০ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন মোদীৰ

তিৰুচিৰাপল্লী, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে তামিলনাড়ু ত ২০,১৪০ কোটি টকাৰ প্ৰকল্প দেশৰ নামত উছৰ্গা কৰে তথা আধাৰশিলা স্থাপন কৰে ।

এই প্রকল্পবোৰ হৈছে বিমান, সামুদ্রিক বন্দৰ, ৰে’ল, ঘাইপথ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, আণৱিক শক্তি আৰু উচ্চ শিক্ষাৰ ৷

মোদীয়ে তিৰুচিৰাপল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নতুন টার্মিনেল ভৱনো উদ্বোধন কৰে। ১,১০০ কোটি টকা ব্যয় সাপেক্ষে নির্মিত এই ভৱনটোত বছৰেকত ৪৪ লাখ আৰু ব্যস্ততম সময়ত ৩,৫০০ যাত্ৰীক সেৱা আগবঢ়াব পৰা যাব।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।