দীঘলীপুখুৰীৰ পৰা নুনমাটি এফ-চি-আইলৈ ৪-লেনযুক্ত উৰণ সেতুৰ শিলান্যাস মুখ্য অতিথি ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, অসম PWD অসম চৰকাৰ লোকনির্মাণ (পথ) বিভাগ | যান-ডাঁটৰ সমস্যা আঁতৰাই সুচল যাত্ৰাৰ দিশে আৰু এখোজ
গৌৰৱময় উপস্থিতি
- শ্ৰীযুত অশোক সিংহল : মন্ত্ৰী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগ
- শ্ৰীযুতা কুইন ওজা : সাংসদ গুৱাহাটী লোকসভা সমষ্টি
- শ্ৰীযুত সিদ্ধার্থ ভট্টাচাৰ্য্য : বিধায়ক পূব গুৱাহাটী বিধানসভা সমষ্টি
- শ্ৰীযুত ৰমেন্দ্ৰ নাৰয়ণ কলিতা : বিধায়ক পশ্চিম গুৱাহাটী বিধানসভা সমষ্টি
- শ্ৰীযুত অতুল বৰা : বিধায়ক দিশপুৰ বিধানসভা সমষ্টি
উৰণ সেতুৰ দৈৰ্ঘ্য 5053.20 মিটাৰ
- জিএনবি ৰোডত 4423.20 মিটাৰ
- পশ্চিম দীঘলীপুখুৰী ৰোডত 250 মিটাৰ
- ৰাজগড়ৰ ফালে বাহু 380 মিটাৰ
উৰণ সেতুৰ প্রস্থ
- জিএনবি ৰোডত 4 লেন (2 x 7.50 মি)
- পশ্চিম দীঘলীপুখুৰী ৰোডত 2 লেন (7.00 মি)
- ৰাজগড়ৰ ফালে বাহু 2 লেন (7.00 মি)
- প্ৰকল্পটোৰ মুঠ বাজেট 852.68 কোটি
- ন্যূনতম উচ্চতা 5.70 মিটাৰ
Other Article