স্বচ্ছ তীর্থ অভিযানত এক পৰিষ্কাৰ আৰু সেউজীয়া আধ্যাত্মিক ভাৰতৰ হকে যোগদান কৰক
আন এক ঐতিহাসিক ক্ষণ সূচনাৰ দিশে স্বচ্ছ ভাৰত মিছন-নগৰাঞ্চল ২.০ আহক আমাৰ পবিত্ৰ তথা আধ্যাত্মিক স্থানসমূহ স্বচ্ছতাৰে জিলিকাই তোলাৰ অৰ্থে আকৌ এবাৰ একত্ৰিত হওঁ
১৪-২১ জানুৱাৰী ২০২৪
পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিশ্ৰুতিৰে আৰু ধৰ্মীয় স্থানসমূহত পৰিৱেশ-অনুকূল অভ্যাস গ্রহণ কৰাৰ উদ্দেশ্যেৰে এই অভিযানত যোগদান কৰক। আমাৰ চৌপাশৰ ধৰ্মীয় স্থান সুৰক্ষিত কৰাৰ লগতে প্রাচীন সম্বলসমূহো স্বচ্ছতাৰে জিলিকাই তোলো আহক ৷
স্বচ্ছ তীর্থ অভিযানৰ বৈশিষ্ট্যসমূহ
- পৰিচ্ছন্নতা অভিযান
- তৃণমূল পৰ্যায়ত নাগৰিকৰ নেতৃত্ব
- ‘আৱৰ্জনাৰ পৰা সম্পদ’ গঠনত গুৰুত্ব প্ৰদান
- ন্যূনতম স্বচ্ছতাৰ মানদণ্ড বজাই ৰখা
আপুনিও অংশ হওক স্বচ্ছ তীৰ্থ অভিযানৰ যাৰ প্ৰতিটো স্বচ্ছতাৰ পদক্ষেপে সূচনা কৰিব নতুন দিগন্তৰ