ভাৰতত অস্ত্ৰ নিৰ্মাণ কৰিব ৰাছিয়াই

‘মেক ইন ইণ্ডিয়া’ প্ৰকল্পৰ অধীনত ভাৰতত এইবাৰ অস্ত্ৰ নিৰ্মাণ কৰিব ৰাছিয়াই।

দেশখনৰ বৈদেশিক মন্ত্রী ছাৰ্গেই লাভভে এইকথা সদৰি কৰিছে। উল্লেখ্য যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ সৈতে এছ জয়শংকৰ ‘মে’ক ইন ইণ্ডিয়া’ আঁচনিক ইয়াৰ পূৰ্বেই ভূয়সী প্ৰশংসা কৰিছিল।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ পুটিনে। শেহতীয়াকৈ ৰাছিয়া ভ্ৰমণত থকা ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয় শংকৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হয়।

উক্ত বৈঠকত অস্ত্ৰ-শস্ত্ৰৰ উৎপাদন তথা প্ৰযুক্তিৰ উন্নয়ন সম্পৰ্কীয় বিষয়ক লৈ দীর্ঘ সময় আলোচনা হয়। এই বৈঠকৰ পাছত অনুষ্ঠিত এক সংবাদ মেলত ৰাছিয়াৰ বৈদেশিক মন্ত্রী ছাৰ্গেই লাভৰভে ভাৰতত ৰাছিয়াই অস্ত্র শস্ত্ৰ প্ৰস্তুত কৰিব বলি ঘোষণা কৰে।

More Article

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।