ভাৰতত আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি সুবিধা

আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি

ভাৰতক সামুদ্রিক কেন্দ্ৰ হিচাপে গঢ়ি দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি সুবিধাৰে ৪,০০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন – নৰেন্দ্ৰ মোদী প্রধানমন্ত্রী দ্বাৰা কোচিন শ্বিপয়ার্ড লিমিটেড আইএছআৰএফ, উইলিংডন ইছলেণ্ড, কোচি ১৭ জানুৱাৰী, ২০২৪ দিনৰ ১২.০০ বজাত

“মেক ইন ইণ্ডিয়া আৰু ভাৰত আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰত পৰিণত হোৱাৰ প্ৰতিধ্বনি সকলোতে বিৰাজমান হৈছে। ভাৰত যে নিৰ্মাণ কেন্দ্ৰ হিচাপে আত্মপ্রকাশ কৰিছে সেই ধাৰণা বিশ্বৰ মনত সুস্থিৰ হৈ পৰিছে।” – নৰেন্দ্ৰ মোদী

প্ৰকল্পৰ লাভালাভ

আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি সুবিধা (আই এছআৰএফ)

  • কোচি ভাৰতৰ সামুদ্রিক কেন্দ্ৰত পৰিণত হ’ব
  • আই এছআরএফ কলম্বো, ডুবাই, ছিংগাপুৰ আৰু বাহৰেইনৰ সমপৰ্যায়ৰ প্রভাৱশালী জাহাজ মেৰামতি কেন্দ্ৰত পৰিণত হ’ব
  • আনুষংগিক উদ্যোগত উন্নয়ন সাধন হ’ব
  • ২,০০০ৰো অধিক লোকক নিযুক্তি প্রদান কৰিব
  • আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতিৰ অৰ্ডাৰ আহৰণ কৰিব আৰু বিদেশী মুদ্রা বৃদ্ধি কৰিব সমগ্ৰ অঞ্চলটোৰ আৰ্থিক উন্নয়ন সাধন কৰিব

ইণ্ডিয়ান অইলৰ এলপিজি আমদানি টার্মিণেল

  • কেৰালা আৰু তামিলনাডুত বটলিং প্লাণ্টৰ বাবে এলপিজি বিতৰণ সুনিশ্চিত কৰিব
  • এলপিজি মজুতকৰণৰ ক্ষমতা ১৫,৪০০ এমটি হ’ব
  • প্ৰতি বছৰে ১৯,৮০০ শ্ৰম দিনৰ নিযুক্তি সৃষ্টি কৰিব
  • বছৰি ১৫০ কোটি টকাৰ লজিষ্টিক বাহি কৰিব
  • বছৰি ১৮,০০০ টন CO2 নির্গমন হ্রাস কৰিব

বিশ্বৰ ফাৰ্ষ্ট ষ্টেড ড্রাই ডক

  • সকলো ধৰণৰ জাহাজ মেৰামতিৰ আৱশ্যকতাৰ বাবে কোচি ওবান ষ্টেপ কেন্দ্ৰত পৰিণত হ’ব
  • এয়ারক্রাফ্‌ট কেৰিয়াৰ, ছুৱেজ মেক্স শিপ, এলএনজি কেৰিয়াৰ, বৃহৎ ড্রেডজাৰ আদিৰ দৰে ডাঙৰ জাহাজ চম্ভালিব
  • জাহাজ নির্মাণ আৰু আনুষংগিক উদ্যোগত নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব
  • বিশ্বমানৰ প্ৰযুক্তিৰ ব্যৱহাৰেৰে জাহাজ নিৰ্মাণত দক্ষতা বৃদ্ধি কৰিব

গৰিমাময় উপস্থিতিত

পিনাৰায়ী বিজয়ন
মুখ্যমন্ত্ৰী, কেৰালা

শ্রীপদ য়েছো নায়ক

ৰাজ্যমন্ত্রী, বন্দৰ, জাহাজ আৰু জলপথ আৰু পৰ্যটন

আফি মহম্মদ খান
ৰাজ্যপাল, কেৰালা

ভি. মুৰলীধৰণ
কেন্দ্রীয় ৰাজ্যমন্ত্রী, বৈদেশিক পৰিক্ৰমা আৰু সংসদীয় পৰিক্রমা

সৰ্বানন্দ সোণোৱাল
কেন্দ্রীয় মন্ত্রী, বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্রণালয়

শান্তনু ঠাকুৰ
ৰাজ্যমন্ত্ৰী, বন্দৰ, জাহাজ আৰু জলপথ

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।