আপোনাৰ পৰা কোনো চৰকাৰী বিষয়া অথবা কৰ্মচাৰীয়ে উৎকোচ বিচাৰিছে নেকি?

উৎকোচ বিচাৰিছে নেকি? অনুগ্ৰহ কৰি যোগাযোগ কৰক – দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়, অসম শ্রীমন্তপুৰ, গুৱাহাটী-৭৮১০৩২ https://dgvigilance.assam.gov.in/

গুণোত্‍সৱ ২০২৪ গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ এক প্ৰয়াস

গুণোত্‍সৱ ২০২৪

গুণোত্‍সৱ ২০২৪ মূল্যায়নৰ পৰ্যায় : প্রথম পর্যায় (৩ – ৬ জানুৱাৰী ২০২৪ ) ১২ জিলা – বৰপেটা, বজালী, হোজাই কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা মানকাচৰ আৰু ওদালগুৰি জিলা দ্বিতীয় পর্যায় (৯-১২ জানুৱাৰী ২০২৪) ১৩ জিলা বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ (মহানগৰ), শোণিতপুৰ, তিনিচুকীয়া আৰু তামুলপুৰ … Read more

নাৰী আদালত আৰু পালনা ২০২৪

অসম চৰকাৰ প্রগতিশীল, বৈষম্যহীন, হিংসামুক্ত সমাজ নিৰ্মাণৰ দিশত এক নতুন পদক্ষেপ ৰাজ্যিক পৰ্যায়ত শুভ উদ্বোধন “শক্তিশালী মহিলা শক্তিশালী ৰাষ্ট্ৰ” মুখ্য অতিথি শ্রীমতী অজন্তা নেওগমন্ত্ৰী, মহিলা আৰু শিশু বিকাশ বিভাগ, অসম চৰকাৰ গৌৰৱময় উপস্থিতি শ্রীমতী কুইন ওজা মাননীয়া সাংসদ গুৱাহাটী শ্ৰীমতী সুমন হৰিপ্ৰিয়ামাননীয়া বিধায়িকা, হাজোসভানেত্ৰী, মহিলা আৰু শিশু কল্যাণ সমিতি,অসম বিধানসভা সন্মানীয় অতিথি শ্রীইন্দিৱৰ পাণ্ডেসচিব, মহিলা … Read more

পেঞ্চন আৰু অৰুণোদয়ৰ দিন ১০ তাৰিখ

১০ তাৰিখ, অসম চৰকাৰ আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে আঁচনিসমূহ More Sheme Related Article

গুৱাহাটীৰ দীৰ্ঘতম উৰণ সেতুৰ প্ৰাৰম্ভ 2024 New Bridge Project

দীঘলীপুখুৰীৰ পৰা নুনমাটি এফ-চি-আইলৈ ৪-লেনযুক্ত উৰণ সেতুৰ শিলান্যাস মুখ্য অতিথি ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, অসম PWD অসম চৰকাৰ লোকনির্মাণ (পথ) বিভাগ | যান-ডাঁটৰ সমস্যা আঁতৰাই সুচল যাত্ৰাৰ দিশে আৰু এখোজ গৌৰৱময় উপস্থিতি উৰণ সেতুৰ দৈৰ্ঘ্য 5053.20 মিটাৰ উৰণ সেতুৰ প্রস্থ Other Article

এটি উজ্জ্বল ভৱিষ্যতৰ আধাৰ পালন ১০০০ হওঁক প্ৰতিটো শিশুৰ অধিকাৰ

শিশুৰ ৮০% মানসিক বিকাশ জীৱনৰ প্ৰথম ১০০০ দিনত হয়। এই সময়ছোৱাত পালন ১০০০ৰ প্ৰতিটো পদ্ধতি অৱলম্বনে আপোনাৰ সন্তানৰ সুন্দৰ শৈশৱ আৰু এক উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা প্ৰদান কৰিব। আপোনাৰ শিশুটিৰ মানসিক বিকাশৰ বাবে ৬ টা সৰল প্ৰণালী প্রণালী নং 1 যেতিয়া শিশুটিক ভালদৰে কৰিবা যতন, চোৱা-চিতা আৰু প্ৰেম, তেতিয়াহে মানসিক বিকাশ হ’ব অপৰিসীম প্রণালী নং 2 … Read more

পি এম বিশ্বকর্মা আঁচনি 2024

এই আঁচনিয়ে কেৱল সমগ্ৰ দেশৰ কাৰিকৰ আৰু শিল্পীসকলৰ দক্ষতা বৃদ্ধি নকৰে, বৰঞ্চ তেওঁলোকে প্ৰস্তুত কৰা সামগ্ৰীসমূহক বিশ্বজুৰি এক নতুন পৰিচয় প্ৰদান কৰিব। – নৰেন্দ্ৰ মোদী, প্রধানমন্ত্রী পি এম বিশ্বকর্মা মোদী চৰকাৰ কী গেৰাণ্টি, পৰম্পৰাগত দক্ষতাক নতুন স্বীকৃতি আঁচনিৰ লাভ ১৫ প্ৰকাৰৰ পৰম্পৰাগত কাৰিকৰ আৰু শিল্পীয়ে লাভালাভ পাব – আঁচনিত আবেদনৰ বাবে, বিশ্বকর্মা ভাতৃ-ভগ্নীসকলে নিকটতম জন … Read more

অসম চৰকাৰৰ দ্বাৰা গুৱাহাটীৰ বাবে ২০০খন শীত-তাপ নিয়ন্ত্রিত বৈদ্যুতিক বাহনৰ শুভাৰম্ভ

জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ পৰা আঁতৰি অসমৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত অভিনৱ সংযোজন “২০১৪ চনৰ পৰা সেউজ শক্তি সন্দৰ্ভত ভাৰতৰ প্ৰচেষ্টা আৰু প্ৰতিশ্ৰুতিবদ্ধতা সম্পর্কে সমগ্ৰ বিশ্ব অৱগত । চলিত দশকৰ শেষলৈ আমি আমাৰ ৫০% ইন্ধন অ-জীৱাশ্ম উৎসৰ পৰা আহৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছোঁ।” – প্রধানমন্ত্রী শ্ৰীনৰেন্দ্ৰ মোদী ১ জানুৱাৰী ২০২৩ গুৱাহাটীৰ বাবে ১০০ খন চি এন জি … Read more

অসম কৰ্মচাৰী প্ৰণাম আইন | 2023-2024

(অসমৰ কৰ্মচাৰীসকলৰ পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতাৰ নিৰ্দেশনা তথা নিৰীক্ষণ আইন, ২০১৭) বর্ষীয়ান তথা অৱহেলিত পিতৃ-মাতৃ আৰু নিৰ্ভৰশীল দিব্যাংগ ভাতৃ-ভগ্নীসকলৰ মৰ্যাদাসম্পন্ন জীৱন নিশ্চিত কৰাৰ এক অনন্য বিধি – আমি গৌৰৱান্বিত যে চৰকাৰীকৰ্মচাৰীৰ বৃদ্ধ পিতৃ-মাতৃ আৰুদিব্যাংগ ভাতৃ-ভগ্নীসকলৰ নিঃস্বসময়ত নিৰাপত্তা প্ৰদান কৰাৰ একপ্রয়াস ৰূপে প্রণাম আইনৰকাৰ্যকৰীকৰণ কৰাত দেশৰভিতৰতেই অসম হৈছেপ্ৰথমখন ৰাজ্য অসম কৰ্মচাৰী প্ৰণাম আইন উল্লেখনীয় বৈশিষ্ট্যসমূহ … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।