জাপানত ভূমিকম্পত নিহত লোকৰ সংখ্যা ১২৬ লৈ বৃদ্ধি

১২৬ লৈ বৃদ্ধি

যোৱা ১ জানুৱাৰীত জাপানৰ পশ্চিম উপকূলৰেখাত হোৱা এলানি ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা আজি ১২৬-লৈ বৃদ্ধি পায়।

৭.৬ প্রাবল্যৰ প্ৰথম আৰু ডাঙৰটো তেওঁৰ অৱস্থাৰ অৱনতি ঘটে আৰু কালি মৃত্যু হয়। বিষয়া সক লে ভূমিকম্পৰ পাছত সৰু-বৰ অনেক জোকাৰণি হৈয়েই আছে আৰু অধিক ঘৰ-দুৱাৰ পুতি পেলোৱাৰ আৰু সাহায্য সামগ্ৰী পৰিবহণৰ বাবে গুৰুত্বপূৰ্ণ পথবোৰ বন্ধ কৰি দিয়াৰ আশংকাই দেখা দিছে।

নিহতসকলৰ ভিতৰত এটি পাঁচ বছৰীয়া ল’ৰাও আছে। সোমবাৰৰ ভূমিকম্পটোৰ সময়ত গাত উতলা পানী পৰি যোৱাত পোৱা আঘাতৰ পৰা তেওঁ আৰোগ্য লাভ কৰিছিল যদিও হঠাৎ সতর্কবাণী শুনাইছে যে অঞ্চলটোত এতিয়াও হৈ থকা অসংখ্য ভূমিকম্পৰ কাৰণে ইতিমধ্যে ফাট মেলা পথবোৰ সম্পূৰ্ণৰূপে ভাগি পৰিব পাৰে।

আজি নিশা আৰু কাইলৈ বৰষুণ দিয়াৰ সম্ভাৱনা থকাৰ কাৰণে সেই বিপদৰ আশংকা বাঢ়িছে।

ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা আজি ১২৬-লৈ বৃদ্ধি পায়। আটাইতকৈ বেছি ৬৯জনৰ মৃত্যু হয় ৱাজিমা মহানগৰত। ভূমিকম্পবোৰত কমেও ৫০০ লোক আহত হয় আৰু ২০০-ৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।