দক্ষিণৰ ছবিত এইবাৰ কৰিণা । kareena kapoor

কে জি এফ খ্যাত যশৰ সৈতে যুটী বান্ধিছে বলীউড নায়িকাই শেহতীয়াকৈ দক্ষিণ ভাৰতীয় ছবিত খোজ পেলাবলৈ ওলাইছে বলীউডৰ জনপ্রিয় অভিনেত্ৰী কৰিণা কাপুৰে।

৪ জানুৱাৰীত পিংকভিলাৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বিগ বাজেটৰ দক্ষিণৰ ছবি এখনত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে কৰিণা কাপুৰ। নায়িকাৰ চৰিত্ৰত অভিনয় কৰিব লগা ছবিখনৰ নাম ‘টক্সিক‘।

ছবিখনৰ মূল চৰিত্ৰত দেখা যাব ‘কে জি এফ’খ্যাত অভিনেতা যশক। টক্সিক ত যশৰ বিপৰীতে অভিনয় কৰিব কৰিণাই।

গীতু মোহন দাসৰ পৰিচালনাৰে নিৰ্মিত হ’ব লগা ছবিখন 2025 বৰ্ষৰ ১০ এপ্রিলত মুক্তি পাব। টক্সিক’ৰ যোগেদি দক্ষিণৰ ছবি জগতত হেভীরেট তাৰকা এণ্টি হ’ব বুলি নেটিজেনৰ মাজত চৰ্চা লাভ কৰিছে।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।