প্ৰেমিক-প্ৰেমিকাৰ পৰা পতি-পত্নী হ’ল নূপুৰ-আয়ৰা

আমিৰ খানৰ জীয়ৰী আয়ৰা খানে বুধবাৰে নিশা ফিটনেছ প্রশিক্ষক আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখৰক বিয়া কৰায় ।

তেওঁলোক দুয়ো মুম্বাইৰ হোটেল তাজ লেণ্ডছ এণ্ডত বিবাহপাশত আৱদ্ধ হয়। ইতিমধ্যে তেঁওলোকৰ দুয়োৰে বিবাহক লৈ শুভকাংশীয়ে শুভেচ্ছা জনায়।

উল্লেখ্য যে বিবাহ অনুষ্ঠানক লৈ চৌদিশে চৰ্চা চলে। অনুষ্ঠানত ঢোল বজাই নাচি নুপুৰ আৰু আয়ৰাই প্ৰয়োজনীয় নথিপত্ৰত স্বাক্ষৰ কৰি আনুষ্ঠানিকভাৱে স্বামী-পত্নী হয়।

এই বিয়াৰ ভিতৰৰ বহুতো ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এইবোৰ নুপুৰ আৰু আয়ৰাৰ বন্ধুসকলে তেওঁলোকৰ সামাজিক মাধ্যম একাউণ্টত শ্বেয়াৰ কৰে ।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।