পাৰস্যত এভুমুকি lesson 12 class 10 assamese Online textbook

পাৰস্যত এভুমুকি lesson 12 class 10 assamese Online textbook ৰথীন্দ্রনাথ গোস্বামী পাৰস্য উপসাগৰত অৱস্থিত আমাৰ ৰিগটোৰ পৰা আহি বৰ নগৰী বুশ্বেৰত অৱতৰণ কৰোঁতে প্রায় দুই বাজিছিল। হেলিকপ্টাৰৰ দুৱাৰ খােলাৰ লগে লগে ভমককৈ এছাটি গৰম বতাহ সােমাই আহিল। বুজিবলৈ বাকী নাথাকিল যে বুশ্বেৰৰ তাপমাত্রা চল্লিছ ডিগ্রী ছেণ্টিগ্রেডৰ ওপৰত আছে। এই প্রচণ্ড গৰমত নৱেৰ ওচৰত ৰৈ থাকিব … Read more

অৰণ্যযাত্রা lesson 11 class 10 assamese Online textbook

অৰণ্যযাত্রা lesson 11 class 10 assamese Online textbook অনুৰাধা শৰ্মা পূজাৰী পাহিৰ যােৱা তিনিদিনমান ধৰি গাত তত নাইকিয়া হৈছে। এইবাৰ বিদ্যালয়ৰ গৰমৰ বন্ধৰ প্রথম সপ্তাহতে চাৰিদিনৰ বাবে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক এখন অৰণ্যলৈ নিয়া হ’ব বুলি শ্রেণী শিক্ষকে ঘােষণা কৰাৰ দিনৰেপৰা দুয়ােটা শ্ৰেণীত উখল-মাখল পৰিৱেশ। ছাত্র-ছাত্রীসকলৰ মাজত কেৱল এটাই আলােচনা—কোনখন অৰণ্যলৈ যাব। কোনােবাই মানাহ … Read more

অৰুণিমা সিন্হা lesson 10 class 10 assamese Online textbook

অৰুণিমা সিন্হা lesson 10 class 10 assamese Online textbook জয়শ্রী গােস্বামী মহন্ত এখন চলন্ত ৰেলগাড়ী…‘দে বুলি কৈছোঁ নহয়, দিদে এতিয়াই।– ডকাইতৰ দলটোৰ এজনে হুটা মাতেৰে প্রচণ্ড শব্দ কৰি ধমকি দিলে। চলন্ত ৰেলগাড়ীখনৰ বাটোত বহুতাে মানুহ। আটাইৰে মুখবােৰ শুকাই টেমি যেন হৈছে। কোনেও কাকো সহায় কৰিবলৈ মনােবল গােটাব পৰা নাই।বৰং ডকাইতবােৰে বিচৰা মতে হাতৰ, কাণৰ আৰু … Read more

ইণ্টাৰনেটৰ তিতা-মিঠা lesson 9 class 10 assamese Online textbook

ইণ্টাৰনেটৰ তিতা-মিঠা lesson 9 class 10 assamese Online textbook ড° প্রণয়ী দত্ত কুঁৱলীৰ আজি উলাহতে হিয়া নধৰা হৈছে। দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব। এইবাৰ নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্রথম হৈ উত্তীৰ্ণ হৈছে বাবে। তাইৰ বাবে তাতােকৈও হেঁপাহৰ বতবাটো হ’ল—কম্পিউটাৰটোত হেনাে ইণ্টাৰনেটো সংযােগ কৰি দিব ! দেউতাকে মাকক কোৱা। তাই শুনিছে—তাইৰ জ্ঞানৰ পৰিধি যাতে … Read more

অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি lesson 8 class 10 assamese

অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি lesson 8 class 10 assamese আব্দুছ ছাত্তাৰ সমগ্র অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতীয় জনগােষ্ঠীৰে যে পৰিপূৰ্ণ এনে নহয় – নানা সমস্যাৰেও পৰিপূর্ণ। সেইদৰে অসমৰ সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্র্যপূর্ণ। ত্রয়ােদশ শতিকাত হুকং উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অহা মংগােলীয় বহিৰাগত গােষ্ঠীৰ কাৰণে অসমেই আছিল স্থিতি … Read more

ভাৰতীয় সংস্কৃতি lesson 7 class 10 assamese Online textbook

ভাৰতীয় সংস্কৃতি lesson 7 class 10 assamese Online textbook হেম বৰুৰা ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আর্য, অনার্য, মংগােলীয় দ্রাবিড়ী এনে তৰহৰ বিভিন্ন সোত উপ-সোত লগলাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছে। ইয়াৰ উপৰিও অতীজতে গ্রীত, শক, হুন, আদি নানা মানৱপুঞ্জ চামে চামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিগাজীকৈ বাসভূমি বাছি লৈছিল। পুৰণি ভাৰত বুৰঞ্জী … Read more

ছাত্রজীৱন আৰু সমাজসেৱা lesson 6 class 10 assamese textbook

ছাত্রজীৱন আৰু সমাজসেৱা lesson 6 class 10 assamese textbook ডিম্বেশ্বৰ নেওগ ছাত্র জীবন শিক্ষাৰ সময়। শিক্ষা বুলিলে শুদা লিখা-পঢ়া কৰিব পৰাকে নুবুজায়। শিক্ষাৰ বিষয়ৰ সীমা নাই।মানুহৰ জীৱনৰ লক্ষ্য কি, কি-কি কাম কৰিলে মানুহ জনম ধৰা সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকার্য হ’ব পাৰি, মুঠতে’ এনেবিলাক বিষয়ৰ জ্ঞানকে শিক্ষা বুলিব পাৰি আৰু ছাত্ৰ … Read more

দৃশ্যান্তৰ lesson 5 class 10 assamese Online textbook

দৃশ্যান্তৰ lesson 5 class 10 assamese Online textbook হৰেকৃষ্ণ ডেকা পঁচিশ বছৰৰ আগতেএই ঠাইতেই এজনক লগ পাইছিলো।আলি-কেঁকুৰিটো আছিল কেঁচা।সময়টো আছিল গধূলি।তেওঁ নঙলামুখত বিচাৰি ফুৰিছিলনিজৰ ঘৰৰ পদূলি। এটা পঁজাঘৰ।আকাশ ধিয়াই কেইজোপামান কাকিনী তামােল।ঘৰৰ দাঁতিত আগলি বাঁহৰনমিত নমস্কাৰ।পূর্ণ জোনৰ লণ্ঠনৰ পােহৰতাে।কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পােৱা নাছিল।ওচৰত সহায় সাৰথি কেও নাছিল।মই যেতিয়া হাতত ধৰি তেওঁকআগুৱাই দিছিলোঁ, কৈছিল,বৰ … Read more

মই অসমীয়া lesson 4 class 10 Assamese Online textbook

মই অসমীয়া lesson 4 class 10 Assamese Online textbook চৈয়দ আব্দুল মালিক সদূৰ পশ্চিম এৰি,এৰি থৈ স্বর্ণপুৰী ৰাজঅন্তঃপুৰ,বিজয় সপােন দেখি আহিলোঁ যিদিনাউজনি সোঁতত মেলি ভটীয়নি ভূৰ;বিজয়ৰ তৃষা লৈ, গৌৰৱৰ কৰি অভিযান,লুইত পাৰত গালো দৃপ্ত উচ্ছ্বসিত,আপােনাৰ বিজয়ৰ গান। ভৰি দিলো – অসমৰ সেউজীয়া দূবৰি বনত –সেই দিনা – যিদিনা অসমৰাজ অসমৰ সিংহ-আসনত।বতাহত উৰে মুক্ত অসমৰ পতাকা … Read more

প্রশস্তি lesson 3 class 10 Assamese Online textbook

প্রশস্তি lesson 3 class 10 Assamese Online textbook ৰঘুনাথ চৌধাৰী উষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধাদশােদিশ উদ্ভাসিত কৰি,নৱ কিশলয়দলে চামৰ ধুলাইপ্রকৃতিক আনিলে সাদৰি।কবি চিত্তহাৰী যত ফুল্ল কুসুমৰআনন্দত প্রাণ টমমলমন্দিৰৰ উপেক্ষিত ৰবাব ফুলেওদিছে যাচি প্রেম-পৰিমল।উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰছন্দভৰা সুমধুৰ তান—জল স্থল অন্তৰীক্ষ সকলােতে যেনদেৱতাৰ মহা অভিযান।কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদশেষ হ’ল মহা কালৰাত্রি,উঠা হে ঋত্বিক ধ্যানী … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।