অভিযুক্তক ইউক্রেইনৰ বিৰুদ্ধে যুঁজ দিয়াত লগাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে

ৰাছিয়াত প্ৰেমিকাক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত এজন লোকক মুকলি কৰি দিয়ে।

এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চৌদিশে। উল্লেখ্য যে তেওঁ এতিয়া কাৰাদণ্ড ভোগাৰ পৰিৱৰ্তে ইউক্রেইনৰ সৈতে যুদ্ধ কৰাত লাগি পৰিব।

প্রণিধানযোগ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত তেওঁৰ দৰে বহু বন্দীক ইউক্রেইনত যুঁজদিবলৈ পঠোৱা হৈছে। এই বন্দীসকলে এতিয়া সামৰিক পোছাক পিন্ধা আন সৈনিকৰ সৈতে চেলফি লৈ চৰ্চাত আহে।

জানিব পৰা অনুসৰি শেহতীয়াকৈ ধর্ষণ তথা হত্যাত অভিযুক্ত দোষীজনৰ নাম ভ্লাদিস্লাভ কানাউছ। তেওঁ প্রথমে তেওঁৰ প্ৰেমিকা ভেৰা পেখতেলেভাক ধৰ্ষণ কৰে। তেওঁ প্ৰায় চাৰি ঘণ্টা ধৰি অত্যাচাৰ কৰি পিছত চুৰিৰে ১১১ বাৰ আঘাত কৰি হত্যা কৰে ।

0Shares

Leave a Comment

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।