আপোনাৰ ঘৰখনক বিনামূলীয়া বিদ্যুৎ আৰু সৌৰশক্তি উপহাৰ দিয়ক | প্রধানমন্ত্রী সূৰ্য ঘৰ

প্রধানমন্ত্রী সূৰ্য ঘৰ

প্রধানমন্ত্রী সূৰ্য ঘৰ : বিনামূলীয়া বিজুলী যোজনাখন প্ৰতিখন ঘৰলৈ বহনক্ষম শক্তিৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী পদক্ষেপৰূপে পৰিগণিত হ’ব। সৌৰশক্তি ব্যৱহাৰৰ এই পদক্ষেপে খৰচৰ অতিৰিক্ত বোজা নিদিয়াকৈ আটাইৰে জীৱন আলোকিত কৰাৰ লগতে সকলোৰে উজ্জ্বল আৰু সেউজ ভৱিষ্যৎ নিশ্চিত কৰিব। আৱাসিক পৰিয়ালৰ ক্ষেত্ৰত সৌৰশক্তি উৎপাদনৰ বিপৰীতে আগবঢ়োৱা ৰাজসাহায্যৰ পৰিমাণ ছাদৰ ওপৰৰ সৌৰ প্ৰকল্পৰ ক্ষমতা এমএনআই, … Read more

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা বাহিৰ বিবেক ৰামস্বামী

উপ-ৰাষ্ট্ৰপতি নিযুক্তি দিবলৈ দাবী অনুৰাগীৰ চলিত বৰ্ষত হ’বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী ৰিপাব্লিকান দলৰ প্রার্থিত্বপ্ৰত্যাশীৰ মাজত যুঁজ চলি থকাৰ মাজতে ভাৰতীয় মূলৰ ব্যৱসায়ী বিবেক ৰামস্বামীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰে। ইয়ে তেওঁৰ অনুৰাগী আৰু সমর্থকক ডাঙৰ আঘাত দিয়ে। আইঅ’বা ক’কাছত ড’নাল্ড ট্রাম্পে জয় সাব্যস্ত কৰাৰ পাছতে বিবেক ৰামস্বামীয়ে ট্রাম্পক শুভেচ্ছা জ্ঞাপন কৰি মঙলবাৰে প্রতিদ্বন্দ্বিতাৰ পৰা … Read more

মৌ-মাখিয়ে কামুৰিলে এইদৰে ৰক্ষা পাওক

মৌ-মাখি মৰিগাঁও জিলাত অলপতে মৌ-মাখিৰ আক্ৰমণত এজন লোকে শোকাৱহভাৱে প্ৰাণ হেৰুৱাব লগাত পৰে। এই ঘটনাত আনক কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। মৌ-মাখিৰ আক্ৰমণ অতি ভয়াৱহ । সঠিক সময়ত সতর্ক হ’ব নোৱাৰিলে। ইয়াৰ পৰিণতি হিতে বিপৰীত হয়। মৌ-মাখি বা বলক ভয় নকৰা লোক নাই বুলি ক’লেও ভুল নহ’ব। গ্রীষ্ম তথা বাৰিষা কালত বৰলৰ উপদ্ৰৱ বাঢ়ে। বিশেষকৈ … Read more

গেছৰ পৰা এইদৰে উপশম পাওক

জাংকফুড আৰু জীৱন শৈলীৰ বাবে বহু লোক এচিডিটিৰ সমস্যাত ভোগে। ইয়াৰ ফলত পেট ফুলাৰ উপৰি পেট, বুকু, বা মূৰৰ বিষ অনুভৱ হয়। এইদৰে গেছৰ সমস্যাত ভুগিলে তাৎক্ষণিকভাবে এইখিনি কৰক। জিৰা পানী : গেছৰ বাবে অশান্তিত ভুগিলে এগিলাচ গৰম পানী লৈ তাত কেইটামান জিৰাগুটি মিহলাই এই পানী খালে তাৎক্ষণিকভাৱে গেছৰ পৰা সকাহ পাব। ডাল চেনিঃ ডাল … Read more

প্রধানমন্ত্রী ফচল বীমা যোজনা || PMFBY || फसल बीमा पॉलिसी 2024

প্রধানমন্ত্রী ফচল বীমা যোজনা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয় || फसल बीमा पॉलिसी ভাৰত চৰকাৰ “প্রধানমন্ত্ৰী ফচল বীমা যোজনাই বতৰৰ অনিশ্চয়তাৰ সৈতে জড়িত ক্ষতিৰ শংকা কম কৰি পৰিশ্ৰমী কৃষক ভাই-ভনীৰ আৰ্থিক হিত ৰক্ষা কৰাত একেৰাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই কৃষক হিতৈষী বীমাৰ লাভ কোটি কোটি কৃষকে পাব ধৰিছে।” – – নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্রী … Read more

ছাদ্ৰী ভাষাৰ ছবি মিনি ইটালিয়ান ফিল্ম ফেষ্টিভেললৈ

মিনি ৰাজ্যৰ চাহ উদ্যোগৰ দুশ বছৰীয়া ইতিহাসৰ আলম লৈ অভিনেতা তথা চলচ্চিত্র নির্মাতা পংকজ মহন্ত প্রযোজিত চাহ জনগোষ্ঠীয় ছাত্ৰী ভাষাৰ ছবি ‘মিনি’ ইটালীয়ান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেললৈ নির্বাচিত হৈছে। চাহ জনগোষ্ঠীয় লোকসকলৰ টুচু পূজাৰ দিনাই ‘মিনি’য়ে কঢ়িয়াই অনা এই খবৰে ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত আনন্দৰ বন্যা বোৱাইছে। অৰুণজিৎ বড়া পৰিচালিত এই কলা সুলভ তথা প্রতীক … Read more

আজি ডিফুলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

বৰঝাৰ বিমানবন্দৰত ৰাষ্ট্ৰপতিক আদৰিছে মুখ্যমন্ত্ৰীয়ে অংশ ল’ব ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুয়ে কাইলৈ এদিনীয়া ভ্ৰমণসূচীৰে ডিফুলৈ আহিব। কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী মহোৎসৱত অংশগ্রহণ কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকী ডিফুলৈ আহিব । ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণক কেন্দ্ৰ কৰি ডিফু চহৰ এতিয়া দুৰ্গলৈ পৰিণত হৈছে। চৌদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণ উপলক্ষে নিশ্চিদ্র নিৰাপত্তা … Read more

ভাৰতত আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি সুবিধা

আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি ভাৰতক সামুদ্রিক কেন্দ্ৰ হিচাপে গঢ়ি দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি সুবিধাৰে ৪,০০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন – নৰেন্দ্ৰ মোদী প্রধানমন্ত্রী দ্বাৰা কোচিন শ্বিপয়ার্ড লিমিটেড আইএছআৰএফ, উইলিংডন ইছলেণ্ড, কোচি ১৭ জানুৱাৰী, ২০২৪ দিনৰ ১২.০০ বজাত “মেক ইন ইণ্ডিয়া আৰু ভাৰত আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰত পৰিণত হোৱাৰ প্ৰতিধ্বনি সকলোতে বিৰাজমান হৈছে। ভাৰত … Read more

পঞ্জাবৰ মুখ্যমন্ত্ৰী মানক হত্যাৰ ভাবুকি

পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে খালিস্তানী সন্ত্রাসবাদী গুপতৱন্ত সিং পানৰ পৰা মৃত্যুৰ ভাবুকি পাইছে। সূত্রসমূহে কয় যে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত মানক আক্ৰমণ কৰিবলৈ পামুনে গেংষ্টাৰবিলাকক টেলিফ’নত নিৰ্দেশ দিছে। পঞ্জাবৰ আৰক্ষীৰ সঞ্চালক প্রধান গৌৰৱ যাদৱে কয় এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ স্থিতি ঘোষণা কৰি কয় যে গেংষ্টাৰবিলাকক একবাৰে সহ্য নকৰাৰ নীতি লৈছে চৰকাৰে। মানক হত্যাৰ ষড়যন্ত্র কৰাসকলৰ … Read more

ৰাছিয়াই আৰম্ভ কৰিব তৃতীয় বিশ্বযুদ্ধ

জার্মানিয়ে আশংকা কৰে যে ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধ আৰম্ভ কৰিব পাৰে। জার্মানিৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ গোপনীয় নথি-পত্ৰত হাত দিবলৈ কিবা প্ৰকাৰে সক্ষম হোৱা ‘বিল্ড’ নামৰ বাতৰিকাকতখনে সেই নথি-পত্ৰবোৰৰৰ ভিত্তিত এই বাতৰি প্ৰকাশ কৰিছে। বাতৰিকাকতখনে দাবী কৰে যে ৰাছিয়াই অহা বছৰ নাটোৰ মিত্ৰ দেশসমূহক আক্ৰমণ কৰি ইউক্রেইনৰ যুদ্ধৰ প্ৰসাৰ ঘটাব পাৰে আৰু তাৰ ফলত তৃতীয় বিশ্ব যুদ্ধ … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।