৩৫৪ কোটিৰ পাছত ধীৰাজ চাহুৰ ‘সোণৰ ভাণ্ডাৰ’ বিচাৰি অভিযান

ধীৰাজ চাহু

ঝাৰখণ্ডৰ সুৰা ব্যৱসায়ী তথা কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ প্ৰসাদ চাহুৰ পৰা আয়কৰ বিভাগে প্রায় ৩৫৪ কোটি টকাৰ নগদ ধন উদ্ধাৰ কৰাৰ লগতে ঘৰ আৰু বেংকৰ লকাৰৰ পৰা কেইবা কিলোগ্রাম সোণ কৰে। কিন্তু আয়কৰ বিভাগে সন্দেহ কৰিছে যে ধন কুবেৰ ধীৰাজ চাহুৱে ইয়াতকৈও কেইবাগুণ বেছি সম্পত্তি লুকুৱাই ৰাখিছে। বিশেষকৈ ধীৰাজ চাহুৱে ‘সোণৰ ভাণ্ডাৰ’ লুকুৱাই ৰাখিছে। ঝাৰখণ্ড, … Read more

ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা মালয়েছিয়াৰ

ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা মালয়েছিয়াৰ

জম্মু- কাশ্মীৰক লৈ প্ৰায়ে ভাৰতৰ নিসে মাত মাতি অহা আৰু পাকিস্তানন পঞ্চত দিয় দিয়া মালয়েছিয়াই এতিয়া ভাৰতৰ সৈতে সম্পর্ক উন্নত কৰিবলৈ চেষ্টা কৰিছে। ২০১১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত মালয়েছিয়ান প্রাক্তন প্রধানমন্ত্রী মাহাথিৰ মহম্মদে কৈছিল যে ভাৰতে জম্মু-কাশ্মীকে দখল কৰি ৰাখিছে। চাৰি বছৰৰ পাছত তেওঁ অলপতে কাশ্মীৰক লৈ আপত্তিজনক মন্তব্য কৰে। হামাছৰ আক্ৰমণৰ পাছত ইজৰাইলে গাজাত … Read more

অষ্টম অসম আন্তর্জাতিক কৃষি উদ্যান শস্য মেলা – ২০২৩

অষ্টম অসম আন্তর্জাতিক কৃষি উদ্যান শস্য মেলা - ২০২৩

স্থান: পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ খানাপাৰা, গুৱাহাটী ১৬, ১৭, ১৮ ডিচেম্বৰ ২০২৩ অনুষ্ঠানটোৰ অন্তর্গত নিম্নলিখিত প্রতিযোগিতা সমূহ আয়োজিত কৰা হৈছে : ১৬-১২-২০২৩ ১৭-১২-২০২৩ প্রতিযোগিতা সমূহত সাধাৰণ ৰাইজৰ লগতে স্কুল/ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সক্রিয় অংশগ্রহণ কামনা কৰা হ’ল। পুৰস্কাৰ বিজেতা সকলক ট্ৰফী আৰু প্ৰমাণ পত্ৰ আনুষ্ঠানিক ভাৱে ১৮-১২-২০২৩ তাৰিখে ৰাতিপুৱা ১৯ বজাত মুখ্য পেন্দেলত প্ৰদান … Read more

১৫ ফেব্ৰুৱাৰীৰ পৰা চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

১৫ ফেব্ৰুৱাৰীৰ পৰা চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

১৫ ফেব্ৰুৱাৰীৰ পৰা চিবিএছইৰ পৰীক্ষা অৱশেষত ঘোষণা হ’ল কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সময়সূচী প্ৰকাশ কৰা হৈছে। মঙলবাৰে চি বি এছ ইয়ে প্ৰকাশ কৰা সময়সূচী অনুসৰি ২০২৪ বৰ্ষৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব। আনহাতে দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা ১৫ ফেব্ৰুৱাৰীত … Read more

ভূটান-ভাৰতৰ সীমাত ৰঙাচীনৰ সেনা ছাউনী নিৰ্মাণ

শিলিগুৰি পালেহি চীন

শিলিগুৰি পালেহি চীন ভাৰত-চীন-ভূটানৰ সীমাত অৱস্থিত ডোকলামক লৈ ভাৰতীয় সেনাবাহিনী আৰু চীনৰ পিএলএৰ উত্তেজনাপূর্ণ মুখামুখি অৱস্থানৰ ঘটনাৰ ৬ বছৰ পাছত ৰঙাচীনে পুনৰ ভূটানৰ এটা অংশত সেনাৰ শিবিৰ আৰু গাঁও নিৰ্মাণ কৰিছে, য’ৰ পৰা ভাৰতৰ শিলিগুৰিৰ দূৰত্ব নিচেই কম। ভাৰতৰ মূল অংশৰ সৈতে আগ্রাসী। ভূটানৰ জাকালুং উপত্যকাত চীনৰ নিৰ্মাণ উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ ৰক্ষাকাৰী এই শিলিগুৰি দেশৰ বাবে … Read more

কামাখ্যা কৰিড’ৰৰ আধাৰশিলা স্থাপনলৈ মোদীক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে। সংসদ ভৱনত থকা প্রধানমন্ত্রী কার্যালয়ত মুখ্যমন্ত্ৰীজনে ৰাজ্যৰ জনমুখী আঁচনিসমূহকলৈ মোদীৰ সৈতে আলোচনা কৰা বুলি জানিব পৰা গৈছে। আঁচনিসমূহে কিদৰে ৰাজ্যবাসীৰ আৰ্থ-সামাজিক উত্তৰণৰ বাট প্রশস্ত কৰিছে সেই সন্দৰ্ভত তেওঁ প্রধানমন্ত্ৰীক অৱগত কৰে। সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে মোদীক অসম ভ্ৰমণৰ বাবেও আমন্ত্রণ জনায়। অসম ভ্ৰমণৰ কালছোৱাত তেওঁক কামাখ্যা … Read more

‘আদিত্য এল ১’এ প্ৰেৰণ কৰিলে সূৰ্যৰ ছবি তেজপুৰ বিশ্ববিদ্যালয়ত উল্লাস

‘আদিত্য এল ১’এ প্ৰেৰণ কৰিলে সূৰ্যৰ ছবি

দেশীয় মহাকাশ যান আদিত্য এল ১ অভিযানৰ অংশীদাৰ হোৱা তেজপুৰ বিশ্ববিদ্যালয়ান প্রচেষ্টা ভারতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা প্রশংসিত হৈছে। ইংৰা’ৰ অফিচিয়েল ৱেবছাইটত প্রকাশ পোৱা অনুসৰি আসিতা-১৫এ ২০০-৪০০ এন এম তৰংগ দৈর্ঘ্যৰ পরিমাণত মূর্খর প্রথম সম্পূর্ণ ডিস্ক ছবি সফলতাৰে সংগ্ৰহ কৰিছে। আদিত্য এল ১ মহাকাশযান 2876 ধরা সৌৰ আল্ট্রাভায়োলেট ইমেজিং টেলিস্কোপ ধদুটোৱে বিভিন্ন বৈজ্ঞানিক ফিল্টাৰ ব্যৱহাৰ … Read more

টকা গণি গণি অচল হ’ল ৪০টা মেচিন

টকা গণি গণি অচল হ'ল ৪০টা মেচিন

নোটবন্দীৰ বিৰোধিতা কৰিছিল কংগ্ৰেছৰ ধনকুবেৰ সাংসদ ধীৰাজে সাংসদ ধীৰাজৰ টকা গণি শেষ কৰিব পৰা নাই আঢ়ৈকুৰি বিষয়াই ‘আমাৰ অসম’ৰ বিশেষ প্রতিবেদন, ১০ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আচম্বিতে সিদ্ধান্ত লৈ দেশৰ পৰা নিশাটোৰ ভিতৰতে ১০০০ টকীয়া নোট বিলোপ কৰি গ্ৰহণ কৰা বিমুদ্ৰাকৰণৰ পদক্ষেপে দেশবাসীক না না আহুকালত পেলাইছিল। মোদীৰ সেই সিদ্ধান্তৰ প্ৰবল বিৰোধিতা কৰা ঝাৰখণ্ডৰ … Read more

প্রায় ৩০০ কোটি টকা ! ঝাৰখণ্ডৰ ধন জব্দক লৈ দিল্লীৰ নিৰ্দেশত অসমত প্ৰতিবাদ

প্রায় ৩০০ কোটি টকা

ঝাৰখণ্ডৰ কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ ঘৰত প্ৰায় ৩০০ কোটি টকা উদ্ধাৰ হোৱাক লৈ ঝাৰখণ্ডতে নহয়, অসমতো হৈছে উত্তাল প্রতিবাদ। বিজেপিৰ উদ্যোগত ৰাজ্যৰ জিলাই হৈছে উত্তাল প্ৰতিবাদ। বিজেপিৰ নেতা-কৰ্মীয়ে ইয়াৰে প্ৰতিবাদত শনিবাৰে কংগ্ৰেছ সাংসদ ধীৰাজ চাহু, ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঠায়ে ঠায়ে ধীৰাজ চাহুৰ বিৰুদ্ধে বিজেপিৰ উদ্যোগত সমদল উলিওৱা হয়। বিধায়ক মানৱ … Read more

শ্বহীদ দিৱস উদযাপন অসম আন্দোলনৰ শ্বহীদসকলৰ পৱিত্ৰ স্মৃতিত

অসম আন্দোলনৰ শ্বহীদসকলৰ পৱিত্ৰ স্মৃতিত

শহীদ প্ৰণামো তোমাক মুখ্য অতিথি ড° হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী, অসম বিশিষ্ট অতিথি শ্রীঅতুল বৰামন্ত্ৰী, অসম চুক্তি ৰূপায়ণ বিভাগ শহীদ প্ৰণামো তোমাক

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।