আজি অন্তিম টি-২০ ভাৰতৰ লক্ষ্য ক্লীন ছুইপ

টি-২০ আফগানিস্তানৰ বিৰুদ্ধে ইতিমধ্যে টি-টুরেন্টী শৃংখলা হস্তগত কৰিছে ভাৰতীয় ক্রিকেট দলে। দ্বিতীয় টি-টুৱেন্টীত জয়ৰ পাছত শৃংখলাত ভাৰতৰ অগ্ৰগতি ২-০। শৃংখলাৰ অন্তিম তথা তৃতীয় মেচত ভাৰত বুধবাৰে অৱতীৰ্ণ হ’ব চিন্নাস্বামী ষ্টেডিয়ামত। জয়ৰ ধাৰা অব্যাহত ৰাখি বুধবাৰে শৃংখলাত ক্লীন ছুইপ কৰায়েই প্রধান লক্ষ্য হ’ব ভাৰতৰ। জুনত অনুষ্ঠিত হ’ব লগা টি- টুরেন্টী বিশ্বকাপৰ পূৰ্বে বুধবাৰে অন্তিম টি-টুরেন্টীত অৱতীৰ্ণ … Read more

স্বচ্ছ তীর্থ অভিযান || স্বচ্ছ ভাৰত মিছন 2024

স্বচ্ছ তীর্থ অভিযানত এক পৰিষ্কাৰ আৰু সেউজীয়া আধ্যাত্মিক ভাৰতৰ হকে যোগদান কৰক আন এক ঐতিহাসিক ক্ষণ সূচনাৰ দিশে স্বচ্ছ ভাৰত মিছন-নগৰাঞ্চল ২.০ আহক আমাৰ পবিত্ৰ তথা আধ্যাত্মিক স্থানসমূহ স্বচ্ছতাৰে জিলিকাই তোলাৰ অৰ্থে আকৌ এবাৰ একত্ৰিত হওঁ ১৪-২১ জানুৱাৰী ২০২৪ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিশ্ৰুতিৰে আৰু ধৰ্মীয় স্থানসমূহত পৰিৱেশ-অনুকূল অভ্যাস গ্রহণ কৰাৰ উদ্দেশ্যেৰে এই অভিযানত যোগদান কৰক। আমাৰ … Read more

অসমীয়া নতুন বছৰৰ ৰাশিফল 2024 || বুধবাৰ, ১৭ জানুৱাৰী

অসমীয়া নতুন বছৰৰ ৰাশিফল 2024 বুধবাৰ, ১৭ জানুৱাৰী, ২ মাঘ, ৫ ৰজৱ। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৫, শকাব্দ ১৯৪৫, খ্রীষ্টাব্দ ২০২৪ । আজি জন্ম হ’লে ৰাশি মীন । তিথি শুক্লা সপ্তমী। নক্ষত্ৰ উত্তৰ ভাদ্র পদ। আজি মৃত্যু হ’লে দোষ পুঃকৰ এক পাদ। শুভ কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৯/৫০ৰ পৰা ১/১৮লৈ। সূর্যোদয় ৬/১৫, সূর্যাস্ত ৪/৪৮। সপ্তমীত তাল অভক্ষ। … Read more

অভিনয় এৰিব পংকজ ত্রিপাঠীয়ে

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বলীউডৰ দক্ষ অভিনেতা পংকজ ত্রিপাঠীয়ে অভিনয় এৰিব বুলি বলীউডৰ ভিতৰ চ’ৰাত চৰ্চা হৈছে। ‘ম্যে অটল হুঁ’ ছবিত ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে পংকজ ত্রিপাঠীয়ে। ছবিখনৰ প্রসংগত এক সাক্ষাৎকাৰত ত্রিপাঠীয়ে অভিনয়ৰ পৰা বিৰতি লোৱাৰ কথা জল্পনা-কল্পনা কৰা বুলি সদৰি কৰে। অনবদ্য প্ৰতিভাৰ অধিকাৰী পংকজ ত্রিপাঠীয়ে বলীউডত ইতিমধ্যে কেইভাখনো ছবিত অভিনয় … Read more

এইবোৰ কাৰণত স্মার্টফোনৰ বেটাৰীৰ বিস্ফোৰণ হ’ব পাৰে

প্ৰযুক্তিৰ সৈতে খোজ মিলাই আজিকালি প্ৰায় সকলোৱে ম’বাইল ফোন ব্যৱহাৰ কৰে। ম’বাইল ফোনটো অবিহনে যেন কাৰোৱেই দিনটোৰ কাম- কাজ আৰম্ভ নহয়। কিন্তু ইয়াৰ মাজতে কেতিয়াবা কেতিয়াবা ম’বাইল ফোন বিস্ফোৰণ হোৱাৰ বাতৰি পোৱা যায়। ম’বাইল ফোনটোৰ বিভিন্ন কাৰণত বিস্ফোৰণ ঘটিব পাৰে। উল্লেখ কৰা হ’ল তেনে কেইটামান কাৰণ— প্রযুক্তিগত ত্রুটি কেতিয়াবা কেতিয়াবা ম’বাইল ফোনৰ কোম্পানীসমূহৰ ভুলৰ বাবে … Read more

অস্কাৰ দৌৰত শ্বাহৰুখ খান ডাংকি

শ্বাহৰুখ খান অভিনীত শেহতীয়া ছবি ‘ডাংকি’ অস্কাৰ দৌৰত অস্কাৰৰ দৌৰত নামিছে। সুত্ৰৰ খবৰ মতে বিদেশী ছবিৰ শিতানত ডাংকি মনোনয়নৰ বাবে পঠোৱা হৈছে। ৰাজকুমাৰ হিৰাণীৰ ছবিখনে ইতিমধ্যে দেশত ৫০০ কোটি টকা আয় কৰিছে। ডাকল, শ্বাহৰুখৰ ‘ডাংকি’শ্বাহৰুখৰ উপৰিও তাপসী পান্নু, ভিকি কৌশল, ৰোমান ইৰাণিৰ দৰে তাৰকা শিল্পীয়ে অভিনয় কৰিছে। ডাংকিৰ লগতে অকাডেমি এৱাৰ্ডৰ বাবে অমন পালেকৰ পৰিচালিত … Read more

এইবিধ চাহে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে

আজি কালি প্ৰায়ভাগ লোকৰে মুখত ডায়েবেটিছৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়। ডায়েবেটিছক একপ্ৰকাৰৰ চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। এইবিধ ৰোগে আক্ৰান্তজনক ভিতৰৰ পৰা নিঃশেষ কৰি আহে। পৰিণতিত ৰোগীৰ মৃত্যু ঘটে। সেয়ে ডায়েবেটিছৰ সমস্যা থাকিলে আৰম্ভণিৰে পৰা সচেতন হোৱা উচিত। ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে বিভিন্নজনে বিভিন্ন দৰৱ খোৱাৰ উপৰিও শৰীৰ চৰ্চাকে ধৰি অন্যান্য উপায়ৰ সহায় লয়। ডায়েবেটিছ … Read more

দ্বিতীয় সমবায় মেলা ২০২৪

৯ – ১১ জানুৱাৰী, 2024 স্থান : গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়াম খেলপথাৰ, খানাপাৰা, গুৱাহাটী অসমৰ সমবায়সমূহত থলুৱা শিল্পী,কলা-কুশলীয়ে প্ৰস্তুত কৰা

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত নেখেলে ছামিয়ে

আঘাতৰ পৰা এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ভাৰতীয় বেগী বলাৰ মহম্মদ ছামি। সেয়েহে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আসন্ন শৃংখলাৰ প্ৰথম দুখন টেষ্টত অংশ ল’ব নোৱাৰিব পাৰে তাৰকা বলাৰ্জনে। ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্ট আৰম্ভ হ’ব ২৫ জানুৱাৰীৰ পৰা। কিন্তু গোৰোহাৰ আঘাতৰ পাছত ছামিয়ে এতিয়াও পুনৰ বলিং অনুশীলন আৰম্ভ কৰা নাই। টেষ্ট শৃংখলাত ছামিৰ অংশ গ্ৰহণ নিৰ্ভৰ … Read more

ৰঞ্জি ট্ৰফীত দ্বিতীয় দ্রুততম শতকৰ অভিলেখ ৰিয়ান পৰাগৰ

ছত্তীশগড়ৰ বিৰুদ্ধে অংশ লোৱা ৰঞ্জি ছীজনৰ প্রথমখন মেচত অসম পৰাস্ত হ’লেও মেচখনৰ দ্বিতীয় ইনিংছত কৰা প্ৰদৰ্শনেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে। ৰায়পুৰত সোমবাৰে ৰঞ্জি ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় দ্রুততম শতকটো অর্জন কৰে ৰিয়ানে। ৰঞ্জি ক্রিকেটত দ্রুততম শতক অৰ্জনৰ তালিকাত শীৰ্ষত আছে উইকেটৰক্ষক-বেটাৰ ঋষভ পন্ট। 2016 চনৰ ৰঞ্জি ছীজনত ঝাৰখণ্ডৰ বিৰুদ্ধে দিল্লীৰ হৈ খেলি পণ্টে ৪৮ … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।