ডাংকি ভাৰ্ছেছ ছ’লাৰ কোনখনে বেছি টকা কমাইছে? | Dunki vs salaar

ডাংকি ভাৰ্ছেছ ছ’লাৰ বিগত বৰ্ষত ‘পাঠান’ আৰু ‘জবান’ ছবিৰে শ্বাহৰুখ খানে বক্স অফিচত ধুমুহা তুলিছিল। বিগত বৰ্ষটোৰ শেষৰফালে অর্থাৎ ২১ ডিচেম্বৰত দেশৰ ৪ হাজাৰ চিত্ৰগ্ৰহত মুক্তি পাইছিল। ডংকী ৰাজকুমাৰ হিৰাণীৰ ছবি ডাংকিত বিদেশ গমনৰ স্বপ্নৰত যুৱক-যুৱতীৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ প্ৰসংগ প্ৰতিফলিত হৈছে। সাম্প্রতিক সময়ত ডাংকি ৰুট অর্থাৎ অবৈধ যাত্ৰাৰে বিদেশ গমন প্রসংগটো ব্যাপকভাৱে চৰ্চিত। প্রকাশিত বাতৰি … Read more

আদিত্য এল-১ পইণ্ট গৈ পালেগৈ

৫০ হাজাৰ কোটি টকাৰ অৰ্ধশতাধিক কৃত্ৰিম উপগ্ৰহক দিব সুৰক্ষা ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য এল-১ যানখন কাইলৈ বিয়লি চাৰি বজাত ইয়াৰ লক্ষ্য স্থান এল-১ পইণ্টত উপনীত হ’বগৈ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’) নাছাই এই কথা প্ৰকাশ কৰে। ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে কয় যে আদিত্য এল-১ যানখন ৬ জানুৱাৰীৰ বিয়লি ৪ বজাত নিজৰ গন্তব্য স্থান এল-১ … Read more

তিল স্বাস্থ্যৰ বাবে উপকাৰী কিন্তু কিয়?

সাধাৰণতে ভোগালীৰ সময়ত পিঠা-পনাত তিল দি আমি খাওঁ। তিল অর্থাৎ ক’লা তিল স্বাস্থ্যৰ বাবে অতি উপকাৰী। শীতকালত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে তিল খাব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে এই কথা প্ৰকাশ কৰিছে। তিলত ফাইবাৰ, লো, কেলচিয়ামৰ লগতে শৰীৰৰ বাবে উপকাৰী চর্বি তথা এণ্টিঅক্সিডেণ্টৰ দৰে পোষক দ্ৰব্য আছে। এইবিলাকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। … Read more

হিট এণ্ড ৰান | Hit and run act 2024

হিট এণ্ড ৰান (Hit and Run) হিট এণ্ড ৰান (Hit and Run) ৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ তৈয়াৰ কৰা নতুন আইনে দেশজুৰি ড্ৰাইভাৰসকলক উদ্বিগ্ন কৰি তুলিছে। ভাৰতত ঔপনিৱেশিক কালত প্রণয়ন কৰা অপৰাধমূলক আইনসমূহত ব্যাপক ৰদ-বদল কৰিছে। ভাৰতীয় দণ্ড সংহিতাৰ নাম এতিয়া ভাৰতীয় ন্যায় সংহিতা হ’ল। ইয়াৰ অধীনত ধাৰাসমূহ সলনি হৈছে। আইনৰ পৰিভাষাসমূহৰো এতিয়া সাল-সলনি হৈছে। … Read more

প্ৰেমিক-প্ৰেমিকাৰ পৰা পতি-পত্নী হ’ল নূপুৰ-আয়ৰা

আমিৰ খানৰ জীয়ৰী আয়ৰা খানে বুধবাৰে নিশা ফিটনেছ প্রশিক্ষক আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখৰক বিয়া কৰায় । তেওঁলোক দুয়ো মুম্বাইৰ হোটেল তাজ লেণ্ডছ এণ্ডত বিবাহপাশত আৱদ্ধ হয়। ইতিমধ্যে তেঁওলোকৰ দুয়োৰে বিবাহক লৈ শুভকাংশীয়ে শুভেচ্ছা জনায়। উল্লেখ্য যে বিবাহ অনুষ্ঠানক লৈ চৌদিশে চৰ্চা চলে। অনুষ্ঠানত ঢোল বজাই নাচি নুপুৰ আৰু আয়ৰাই প্ৰয়োজনীয় নথিপত্ৰত স্বাক্ষৰ কৰি … Read more

কোষ্ঠকাঠিন্যৰ পৰা মুক্ত হওক

খাদ্য গ্ৰহণৰ ওপৰত স্বাস্থ্যৰ বহু কথা নিৰ্ভৰ কৰে। কার্বহাইড্রেট বেছি পৰিমাণে থকা খাদ্য খালে যিদৰে কোষ্ঠকাঠিন্যৰ সমস্যা বৃদ্ধি পায়, একেদৰে দুগ্ধজাত খাদ্য, ৰেডমীট বেছিকৈ খালে হজম প্রক্রিয়াত বাধা জন্মায়। একেদৰে উচ্চ চর্বিযুক্ত খাদ্য বা তেল, মাখন বেছিকৈ খালেও কোষ্ঠকাঠিন্যৰ সমস্যা বুদ্ধি পাব পাৰে। কম ফাইবাৰ থকা খাদ্য নিয়মীয়াকৈ খালে বদহজমৰ লগতে কোষ্ঠকাঠিন্যৰ সমস্যা সৃষ্টি কৰে।

ক্ৰিকেটত নিয়মৰ সাল-সলনি

আই চি চিয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নিয়মৰ সাল-সলনি ঘটাইছে। সেই অনুসৰি ডি আৰ এছৰ (DRS) নিয়ম, কনকাছন পৰিৱৰ্তিত নিয়ম সলনিৰ যো-জা চলাইছে আই চি চিয়ে। ষ্টাম্পিঙৰ নিয়মো সলনি হ’ব। অৱশ্যে ১২ ডিচেম্বৰৰ পৰাই এই নিয়ম প্রচলিত হোৱা বুলি জানিব পৰা গৈছে। ষ্টাম্পিং আৰু কট বিহাইণ্ডৰ ক্ষেত্ৰত ইমানদিনে ফিল্ডিং কৰা দলে অতিৰিক্ত সুবিধা পাইছিল। উইকেটকীপাৰে ষ্টাম্পিঙৰ আৱেদন … Read more

পশুধন আৰু হাঁহ কুকুৰা মেলা-২০২৪

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসম আৰু অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত ৫, ৬ আৰু ৭ জানুৱাৰী ২০২৪ খানাপাৰা ফার্মগেট খেলপথাৰ (হোটেল ভিভাণ্টাৰ সমীপত), গুৱাহাটী-২২ শ্ৰীযুত অতুল বৰাকৃষি তথা পশুপালন মন্ত্রী, অসম মেলাৰ বৈশিষ্ট্য

ইলেক্টৰেল ব’ণ্ডৰ বিক্ৰী আৰম্ভ এছ বি আইৰ

আজিৰ পৰা ইলেক্টৰেল ব’ণ্ডৰ বিক্ৰী আৰম্ভ হৈছে। ভাৰতীয় ষ্টেট বেংকৰ (এছ বি আই) ২৯টা কর্তৃত্বপ্রাপ্ত শাখাত এই মাহৰ ১১ তাৰিখলৈকে ব’গুবোৰ ব্ৰিক্ৰী কৰা হ’ব। এছ বি আইৰ কর্তৃত্বপ্রাপ্ত শাখাবোৰৰ ভিতৰত দিল্লী, হাৰিয়ানা, পঞ্জাব, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, গুজৰাট, মধ্য প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ওড়িশা, বিহাৰ আৰু পশ্চিম বংগৰ শাখাও আছে। বিত্তীয় মন্ত্রালয়ে এটা বিজ্ঞপ্তিত … Read more

ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক

সময় কমি আহিছে পলম নকৰিব প্ৰপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে – 08-01-2024 তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক –জিলা নির্বাচন বিষয়া (ডি.ই.অ.) ৰ কাৰ্যালয়তই. আৰ. অ’ অথবা চক্ৰ বিষয়াৰ কাৰ্যালয়তসংশ্লিষ্ট ভোটগ্রহণ কেন্দ্ৰতwww.ceoassam.nic.in ৱেবছাইটত বিতং তথ্য সংগ্ৰহ কৰিবলৈবুথ পৰ্যায়ৰ বিষয়া (বি. এল. অ.) ৰসৈতে যোগাযোগ কৰক প্ৰপত্ৰ ৬ পূৰণ কৰি আপোনাৰ নাম পঞ্জীয়ন কৰকনাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত অভিযোগ … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।