অযোধ্যালৈ নিয়া হৈছে সোণ- ৰূপেৰে নিৰ্মিত ভগৱান ৰামৰ ‘খৰম’

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন চমু চাপি আহিছে। গতিকে ৰাম মন্দিৰ নিৰ্মাণকাৰ্য দিনে-ৰাতিয়ে অব্যাহত আছে। ৰাম মন্দিৰৰ বাবে দেশৰ লোকসকলে কিবা নহয় কিবা এটা অনুদান আগবঢ়াই আহিছে। তাৰ মাজতে ৰাম মন্দিৰলৈ নিয়া হৈছে এক কিলোগ্রাম সোণ আৰু সাত কিলোগ্রাম ৰূপেৰে প্রস্তুত কৰা ভগৱান ৰামৰ খৰমযোৰ। হায়দাবাদৰ চল্লা শ্রীনিবাস শাস্ত্ৰীয়ে ভগৱান ৰামৰ খৰমযোগ মূৰত লৈ … Read more

ভাৰতীয়ৰ নেতৃত্বত ‘নাছা’ৰ চন্দ্ৰ অভিযান

ইউনাইটেড লান্স এলায়েন্সে আজি ফ্ল ৰিডাৰ কে প কেনাভেলৰ পৰা নাছাৰ পেৰেগ্ৰীন ১ লুনাৰ লেণ্ডাৰক লৈ যোৱা ভল্কান চেণ্ট্ৰৰ ৰকেট উৎক্ষেপণ কৰে। এই অভিযান সফল হ’লে আমেৰিকাৰ মহাকাশ যানে ৫০ বছৰৰ পাছত চন্দ্ৰত প্ৰথমবাৰলৈ অৱতৰণ কৰিব। এই অভিযানৰ নেতৃত্বত আছে ভাৰতীয় মূলৰ শাৰদ ভাস্কৰণ। চন্দ্ৰলৈ প্ৰেৰণ কৰা লেণ্ডাৰৰ ডিজাইন কৰা গোটটোৰ নেতৃত্ব দিছে ভাস্কৰণে। কৰা … Read more

স্বদেশতে সমালোচিত মালদ্বীপ চৰকাৰ

ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি আপত্তিজনক মন্তব্য দ্বীপৰাষ্ট্ৰ মালদ্বীপৰ নতুন চৰকাৰে ভাৰতবিৰোধী স্থিতি গ্ৰহণ কৰাৰ পাছতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক লাহে লাহে বেয়া হ’বলৈ ধৰে। চীনৰ নিয়ন্ত্রণত চলা নতুন চৰকাৰে ভাৰতৰ বিৰুদ্ধে স্থিতি গ্রহণ কৰাত ভাৰতৰ প্রধানমন্ত্রী মোদীয়ে অলপতে খেলে এটা ডাঙৰ খেলা। ২-৩ জানুৱৰীত প্রধানমন্ত্ৰী মোদীয়ে কেন্দ্রীয়শাসিত অঞ্চল লক্ষদ্বীপ ভ্ৰমণ কৰি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ … Read more

দৈৰ সৈতে কেতিয়াও এইবোৰ খাদ্য নাখাব

দৈ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ই পান শক্তিব লগতে শৰীৰৰ ৰোগ- প্রতিবোধ ক্ষমতা বৃদ্ধিকৰে। দৈত কেলছিয়াম থকাৰ বাবে হাড় শক্তিশালী কৰে। ভিটামিন 4.2. ভিটামিন বি-১২,মেগনেছিয়াম, পটাছিয়াম আৰু প্ৰ’টিনসমৃদ্ধ । যাৰ বাবে দৈক ছুপাৰ ফুডৰ শ্ৰেণীত অন্তর্ভুক্ত কৰা হয়। এই বাবে দৈ দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু স্বাস্থ্যৰ বাবে পৰম উপকাৰী দৈৰ … Read more

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ত ভাৰতীয় মহিলা দলৰ বৃহৎ জয়

ভাৰতীয় মহিলা দলে তিতাস সাধু (৪১৭) ৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ পিছত অপেনাৰ স্মৃতি মান্ধানা (৫৪ ৰান) আৰু শ্বাফালী বার্মাই (৬৪ নট আউট) প্রথম উইকেটৰ বাবে ১৩৭ ৰানৰ অংশীদাৰীত্বৰ সহায়ত শুকুৰবাৰে নিশা ইয়াত অনুষ্ঠিত প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে। সাধুৰ সুন্দৰ বলিং প্ৰদৰ্শনৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াক ১৯.২ অভাৰত ১৪১ ৰানত অলআউট … Read more

নৃত্যৰত ভংগিমাত ২১ ফুট বিশাল শাকিৰা

‘কুইন অর লেটিন মিউজিক’ অর্থাৎ লেটিন সংগীতৰ ৰাণী হিচাপে খ্যাত শাকিৰাৰ এটা বিশাল মূৰ্তি নিৰ্মাণ কৰা হৈছে। ২১ ফুট ওখ সংগীত শিল্পীগৰাকীৰ বিশাল পূৰ্ণাংগ মূৰ্তিটো নিৰ্মাণ কৰা হৈছে জন্মস্থান কলম্বিয়াৰ বাৰাণকিলাত। মাগডালেনা নৈৰ তীৰত এখন উদ্যানৰ মাজত স্থাপন কৰা হৈছে শাকিৰাৰ অতিকায় মূৰ্তিটো। তামেৰে তৈয়াৰ কৰা মূৰ্তিটোৰ উচ্চতা ২১.৩ ফুট আৰু প্ৰস্থ চাৰে ছয় মিটাৰ। … Read more

চেঞ্চৰ হ’ল অসমীয়া ছবি ‘কুঁহিৰ’

কুঁহি এঞ্জেলছ ফিল্মচ আৰু হাইভ ষ্টুডিঅ’ৰ বেনাৰত জনপ্ৰিয় পৰিচালক লর্ড দাসৰ পৰিচালনা, কলাশ্রী ড° নিখিলেশ বৰুৱা প্ৰযোজনা আৰু সমাজসেৱক গকুল বনিয়াৰ সহ-প্রযোজনাৰে নিৰ্মাণ কৰা অসমীয়া ছবি কুঁহিৰ চেঞ্চৰ অলপতে সম্পন্ন হয়। ছবিখন চহৰৰ দাঁতি কাষৰীয়া দুখন গাঁৱৰ গাঁৱলীয়া সমাজ জীৱনৰ পটভূমিত নিৰ্মাণ কৰা হৈছে। ১১ জানুৱাৰীত ছবিখনৰ এক বিশেষ দর্শনীৰো আয়োজন কৰা হৈছে বুলি জানিব … Read more

দক্ষিণৰ ছবিত এইবাৰ কৰিণা । kareena kapoor

কে জি এফ খ্যাত যশৰ সৈতে যুটী বান্ধিছে বলীউড নায়িকাই শেহতীয়াকৈ দক্ষিণ ভাৰতীয় ছবিত খোজ পেলাবলৈ ওলাইছে বলীউডৰ জনপ্রিয় অভিনেত্ৰী কৰিণা কাপুৰে। ৪ জানুৱাৰীত পিংকভিলাৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বিগ বাজেটৰ দক্ষিণৰ ছবি এখনত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে কৰিণা কাপুৰ। নায়িকাৰ চৰিত্ৰত অভিনয় কৰিব লগা ছবিখনৰ নাম ‘টক্সিক‘। ছবিখনৰ মূল চৰিত্ৰত দেখা যাব ‘কে … Read more

এল ১ পইণ্টত উপনীত আদিত্য | Aditya l-1

আদিত্য এল ১ [Aditya l-1] সূৰ্যৰ আশ্চৰ্য অধ্যয়নৰ লক্ষ্যৰে ১৫ লাখ কিঃমিঃ দূৰৈৰ বিন্দুলৈ সফল যাত্ৰা মহাকাশযানৰ ভাৰতৰ অন্য এক চমকপ্রদ মহাকাশ অভিযান ভাৰতৰ মহাকাশ কার্যসূচীয়ে আজি আন এটা সফলতা লাভ কৰিলে। দেশখনৰ প্ৰথমখন সৌৰ অভিযান যান আদিত্য এল ১ আজি ইয়াৰ লক্ষ্যস্থান এল১ বিন্দুত উপনীত হয়গৈ। পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিল’মিটাৰ দূৰৰ এল১ … Read more

জিএছটি আপীল দাখিল কৰাত পলম হোৱাৰ বাবে ক্ষমা কৰাৰ অর্থে বিশেষ ক্ষমাদান আঁচনি

জিএছটি আপীল দাখিল আঁচনি এই ক্ষমাদান আঁচনিৰ অধীনত কোনে আবেদন কৰিব পাৰে ? এনেকুৱা কৰযোগ্য ব্যক্তি যিয়ে নির্ধারিত সময়সীমাৰ ভিতৰত উপযুক্ত বিষয়াৰ দ্বাৰা দিনাংক 31.03.2023 ত বা ইয়াৰ পূৰ্বে জাৰি কৰা দাবী আদেশৰ বিৰুদ্ধে আপীল দাখিল কৰিব পৰা নাই, আৰু এনেকুৱা কৰযোগ্য ব্যক্তি যাৰ দ্বাৰা উক্ত আদেশৰ বিৰুদ্ধে কৰা আপীল কেৱল এই আধাৰত অগ্রাহ্য কৰা … Read more

‘ কা ‘ ৰ প্ৰভাৱ অসমত নপৰে, এতিয়ালৈকে এজনেও আবেদন কৰা নাই অসম বিকাশ যাত্ৰা, হোজাই আৰু ধুবুৰীত মুঠ ৩৯৫ আৰু ৩০৮ কোটি টকা ব্যয় কৰাৰ চৰকাৰৰ পৰিকল্পনা অৰুণাচলত নিৰ্মাণ কৰা হ’ব ফ্ৰণ্টিয়াৰ হাইৱে মালদ্বীপৰ পৰা ভাৰতীয় সৈন্যৰ প্ৰত্যাহাৰ আৰম্ভ অসম বিকাশ যাত্ৰা BJP ৰ নতুন প্ৰকল্পৰ উদ্বোধন, কিমান টকা ব্যয় কৰাৰ পৰিকল্পনা।